अर्थ : শুকান ঘাঁহ আদিৰ টুকুৰা
उदाहरण :
চৰাইয়ে কুটা কঢ়িয়াই কঢ়িয়াই নিজৰ বাহ সাজি আছে
पर्यायवाची : খেৰ-কুটা
अर्थ : ধূলি-বালি আদিৰ কণা চকুত সোমালে হোৱা পীড়া বা কষ্ট
उदाहरण :
মোৰ চকুত কুটা সোমাইছে
अर्थ : কোনো বস্তুক দাঁতেৰে সৰু-সৰু টুকুৰা কৰা কার্য
उदाहरण :
মোৰ ঘৰত এটা ডাঙৰ নিগনিয়ে দিনে-ৰাতিয়ে কিবা নহয় কিবা কুটি থাকে
पर्यायवाची : কুটি থকা
अर्थ : পোক পৰুৱাই কাগজ কাপোৰ আদি খোৱা কার্য
उदाहरण :
উঁই ্পৰুৱাই আলমাৰিত থকা কিতাপবোৰো কুটিলে
पर्यायवाची : কুটি খোৱা