सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : জাৰৰ দিনত গোট মাৰি যোৱা আৰু ধৰালৈ লাহে লাহে নামি অহা বায়ুত থকা অতি সূক্ষ্ম জলকণা
उदाहरण : জাৰৰ দিনত চাৰিওফালে ডাঠ কুঁৱলী পৰি যাতায়াত ব্যৱস্থাত ব্যাঘাত জন্মায়
पर्यायवाची : কুঁৱলী, কুহেলিকা
अर्थ : বতাহত মিহলি হৈ থকা ভাপৰ অতি সূক্ষ্ম অণু যি শীতৰ কাৰণে পৃথিৱীত বগা তৰপ হৈ জমা হয়
उदाहरण : অত্যধিক কুঁৱলী পৰাৰ কাৰণে আলুৰ খেতিডৰা নষ্ট পালে
पर्यायवाची : কুঁৱলি, কুঁৱলী, কুহেলিকা, তুহিন, হিম
इंस्टॉल करें