अर्थ : বিশেষকৈ কুলি, ময়ূৰ আৰু মুর্গী আদি পক্ষীয়ে মতা মধুৰ কুজন ধ্বনি
उदाहरण :
বসন্ত ঋতু অহাৰ লগে লগে কুলিৰ কুহক শুনিবলৈ পোৱা যায়
अर्थ : কাৰোবাৰ অহিত চিন্তা কৰিবলৈ বা দেৱ-দেৱীৰ বাধা দূৰ কৰিবলৈ প্রয়োগ কৰা কোনো অলৌকিক শক্তি বা ভূত-প্রেত বিশ্বাস কৰি কৰা কাম
उदाहरण :
আজিৰ বিজ্ঞানীয়ে যাদু-মন্ত্রৰ ওপৰত বিশ্বাক নকৰে
पर्यायवाची : ইন্দ্রজালবিদ্যা, কুহকবিদ্যা, টাটক-নাটক, তন্ত্র-মন্ত্র, ভেলেকী, ভেলেকীবাজী, মায়া, যাদু, যাদু-মন্ত্র, যাদুবিদ্যা