अर्थ : শৰীৰৰ নিম্নাংশ বগা ৰঙৰ এবিধ জলচৰ চৰাই
उदाहरण :
কুৰুৱা চৰাইটোৱে মাছটোক হাতোৰাৰে খামুচি উৰা মাৰিলে
अर्थ : পূবৰ পৰা বৈ অহা বতাহ
उदाहरण :
বাগিছাত যুৱক দম্পত্তিয়ে কুৰুৱা বতাহৰ আনন্দ লৈ আছে
पर्यायवाची : কুৰুৱা বতাহ