अर्थ : নিজক কৰা উপকাৰ মানি লোৱা লোক
उदाहरण :
আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
पर्यायवाची : কৃতজ্ঞ, কৃতজ্ঞতাবদ্ধ, ধন্য, বাধিত
अर्थ : কাৰোবাৰ কৃপা বা উপকাৰেৰে সন্তুষ্ট
उदाहरण :
আপুনি এই চাকৰিটো দি মোক কৃতার্থ কৰিলে
पर्यायवाची : কৃতকৃত্য, কৃতজ্ঞতাবদ্ধ, ধন্য, বাধিত
अर्थ : যি নিজৰ কাম হৈ যোৱাৰ বাবে প্রসন্ন আৰু সন্তুষ্ট হয়
उदाहरण :
ভগৱানৰ কৃপাত এতিয়া মোৰ জীৱন কৃতার্থ হʼল
पर्यायवाची : ধন্য