अर्थ : যাক তাপ দি সিজোৱা হোৱা নাই
उदाहरण :
কিছুমান কেঁ্চা পাচলি চালাদ হিচাপে খোৱা হয়
अर्थ : যাৰ তৈয়াৰ হʼবলৈ বাকী আছে বা যাক তৈয়াৰ কৰিবলৈ কিছুমান প্রক্রিয়া কৰিব লাগে
उदाहरण :
বেছিভাগ কোম্পানীয়ে কেঁ্চা সামগ্রী আমদানি কৰে
अर्थ : যিটো জুইত সিজোৱাৰ পিছতো ভালদৰে সিজা নাই
उदाहरण :
আজি লৰালৰিত ভাজিখন ্কেঁ্চা হৈয়ে থাকিলে
पर्यायवाची : আধাসিজা