पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কেশৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কেশৰ   বিশেষ্য

अर्थ : ঘোঁৰা আৰু সিংহ আদিৰ ডিঙি অংশৰ চুলি

उदाहरण : কেশৰে সিংহৰ সৌন্দর্য বর্ধন কৰে

अर्थ : শীতপ্রধান দেশত হোৱা এবিধ সুগন্ধি ফুলৰ ঠাৰি

उदाहरण : মই কেশৰ দিয়া আইচক্রীম খাই বৰ ভাল পাওঁ

पर्यायवाची : কুমকুম, কেসৰ, জাফৰান

अर्थ : উৎকৃষ্ট সুগন্ধিৰ কাৰণে প্রসিদ্ধ শীতপ্রধান দেশত হোৱা এবিধ গছ যাৰ সৰু-সৰু ঠাৰিৰ পৰা সুগন্ধি নি্র্গত হয়

उदाहरण : কেসৰৰ পৰা পোৱা সুগন্ধি পদার্থৰ ব্যৱহাৰ ধর্ম ্কার্যটো কৰা হয়

पर्यायवाची : কেসৰ

चौपाल