सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : এশ লাখ বুজোৱা সংখ্যা
उदाहरण : কোটিত একৰ পিছত সাতটা শূন্য হয়
पर्यायवाची : কৌটি, কৌড়, কৌৰ, ১০০০০০০০
अर्थ : অংকৰ হিচাপত এককৰ স্থানৰ পৰা গণনা কৰিলে অষ্টম স্থানত পোৱা মান যʼত কোটি গুণিতক পোৱা যায়
उदाहरण : চাৰিকোটি একত চাৰি কোটিৰ স্থানত থাকে
अर्थ : এশ লাখ:ৰাজীৱে এক কোটি টকা পুৰস্কাৰ হিচাপে পাইছে
उदाहरण :
पर्यायवाची : এক কোটি, কৌটি, ১০০০০০০০
इंस्टॉल करें