सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : চাৰিওফালে বেৰ আদিৰে আৱৰি ৰখা ঘৰৰ সৰু অংশ:মোৰ কোঠাটো দুই নম্বৰ পথৰ সমীপতে আছে
उदाहरण :
पर्यायवाची : কক্ষ, কামৰা, কুঠলি, কুঠৰী, কেবিন, কোঠালি, খোঁক, খোটালি, ৰূম
अर्थ : কোনো কোঠাত উপস্থিত লোক
उदाहरण : তেওঁৰ ্কথা শুনি সমগ্র কোঠাটোত হাঁহিৰ ৰোল উঠিল
पर्यायवाची : শ্রেণী
इंस्टॉल करें