सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো এক স্থানত বিভিন্ন ঠাইৰ পৰা আহি লগ-লগা ৰেখা বা ধৰাতলৰ কাষৰ ঠাই:বজাৰৰ দক্ষিণ কোণত মিঠাইৰ দোকানখন আছে
उदाहरण :
पर्यायवाची : কোণ, খোঁক, খোহ, চুক
अर्थ : ঘৰ, গলী অথবা পথৰ আগফালে ওলাই থকা কোণা বিশেষ
उदाहरण : চাৰিআলিটোৰ চকত থিয় হৈ থকা লʼৰাটোক ট্রাকে চেপিলে
पर्यायवाची : কর্ণাৰ, কোণ, চক, চুক
इंस्टॉल करें