सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ৰোগ বা পীড়া আদিৰ ৰৈ ৰৈ উঠা বেগ
उदाहरण : বিষৰ কোব উঠাৰ লগে-লগে তেওঁ চিঞৰি উঠিল
पर्यायवाची : বেগ, সোঁত
अर्थ : শীঘ্র হোৱাৰ অৱস্থা বা ভাব
उदाहरण : কের্কেটুৱাটোৱে বেগাই গছৰ ওপৰত উঠি গʼল তেওঁৰ ্কামত তীব্রতা আছে
पर्यायवाची : ক্ষিপ্রগতি, ক্ষিপ্রতা, তীব্রতা, দ্রুতগতি, দ্রুততা, দ্রুতবেগ, বেগা-বেগি, বেগাই, শীঘ্রতা, সত্বৰতা
अर्थ : কোনো বস্তুৰ ওপৰত আন বস্তু জোৰকৈ আহি পৰি যোৱা কার্য, যʼত কেতিয়াবা কেতিয়াবা অনিষ্ট বা হানিও হয়
उदाहरण : তেওঁ ্ লাঠিৰে মোক আঘাত কৰিলে
पर्यायवाची : আঘাত, ঘা, চোট, জখম, প্রহাৰ, মাৰ
इंस्टॉल करें