पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কোবোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কোবোৱা   ক্ৰিয়া

अर्थ : কোনো বস্তুৰ ওপৰত পৰি থকা ধূলি আদি ্আঁতৰোৱাৰ কাৰণে বস্তুটো ওপৰলৈ উঠাই জোকাৰি দিয়া

उदाहरण : তেওঁ বিচনাখন কোবাই আছে

पर्यायवाची : কোবাই থকা

अर्थ : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা

उदाहरण : পুলিচে চোৰটোক লাঠিৰে মাৰিছে

पर्यायवाची : ধুলাই দিয়া, পিটন দিয়া, পিটা, প্রহাৰ কৰা, মৰা

चौपाल