पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কোষ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কোষ   বিশেষ্য

अर्थ : বহুমূলীয়া বা উৎকৃষ্ট বস্তুৰ সংগ্রহ

उदाहरण : তেওঁৰ ওচৰত পুৰণি মুদ্রা, গহণা আদিৰ ভাণ্ডাৰ আছে

पर्यायवाची : কোষাগাৰ, ভঁৰ্াল, ভঁৰ্াল ঘৰ, ভাণ্ডাৰ

अर्थ : ক্রম অনুসৰি শ্্ব্দৰ অর্থ আৰু পৰিচয় থকা গ্রন্থ

उदाहरण : আজিও হিন্দী ভাষাত এখন ভাল অভিধানৰ অভাৱ

पर्यायवाची : অভিধান, কোষগ্রন্থ, শ্্ব্দকোষ, শ্্ব্দার্থকোষ, শ্্ব্দার্থগ্রন্থ

अर्थ : বহুত ধন থকা কোষ বা স্থান

उदाहरण : ডকাইতে কোষাগাৰত থোৱা সকলো ধন লুট কৰি লৈ গʼল

पर्यायवाची : কোষাগাৰ, খাজানা, ভাণ্ডাৰ

अर्थ : সকলো প্রাণীৰ মূল গঠনাত্মক তথা কার্যাত্মক একক যাৰ দ্বাৰা প্রাণীসমূহৰ নি্র্মাণ হৈছে

उदाहरण : অনুবীক্ষণেৰে চালে কোষ এক কক্ষৰ ৰূপত দেখা যায়

पर्यायवाची : জীৱৰ একক

अर्थ : সঞ্চিত ধন, জ্ঞান আদি

उदाहरण : ককাদেউতা এটা চলমান জ্ঞানৰ ভাণ্ডাৰ

पर्यायवाची : খাজানা, নিধি, ভাণ্ডাৰ

अर्थ : উদ্ভিদ বা জীৱদেহৰ ক্ষুদ্রতম অংশ বিশেষ

उदाहरण : মানৱ শৰীৰত ভালেমান প্রকাৰৰ কোষ পোৱা যায়

चौपाल