पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কোৰিয়ান शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কোৰিয়ান   বিশেষ্য

अर्थ : কোৰিয়া দেশৰ অধিবাসী

उदाहरण : সাঁতোৰ প্রতিযোগিতাৰ স্বর্ণপদক ্কোৰিয়ানে লাভ কৰিলে

पर्यायवाची : কোৰিয়া বাসী, কোৰিয়া-বাসী, কোৰিয়াবাসী

अर्थ : যি লিপিত কোৰিয়ান ভাষা লিখা হয়

उदाहरण : অৱশেষত তেওঁ ্কোৰিয়ান লিখিবলৈ সক্ষম হʼল

पर्यायवाची : কোৰিয়ান লিপি

अर्थ : কোৰিয়া দেশৰ ভাষা

उदाहरण : কোৰিয়ালৈ যোৱাৰ পিছত শৃংখলাই কোৰিয়ান শিকিলে

पर्यायवाची : কোৰিয়ান ভাষা, কোৰিয়ান-ভাষা

কোৰিয়ান   বিশেষণ

अर्थ : কোৰিয়া দেশৰ বা কোৰিয়া দেশৰে সম্পর্কিত

उदाहरण : কোৰিয়ানসকল হস্তকলাত প্রসিদ্ধ

अर्थ : কোৰিয়া ভাষাৰ বা কোৰিয়া ভাষাৰ সৈতে সম্বন্ধ থকা

उदाहरण : কোৰিয়াত থাকি মনোহৰণে কোৰিয়ান সাহিত্যৰ সোৱাদ লʼলে

चौपाल