अर्थ : এটা এটা কৰি বা ক্রমেৰে
उदाहरण :
সকলো শিশুকে ক্রমানুসৰি পলিঅʼ দৰব খুওৱা হʼল
पर्यायवाची : অনুক্রমিকভাৱে, আনুপূর্বিকভাৱে, ক্রম অনুসৰি, ক্রমশঃ, ক্রমাগতভাৱে, ক্রমানুযায়ী, ক্রমানুসাৰে, ধাৰাবাহিকভাৱে, পর্যায়ক্রমে, পর্য্যায়ক্রমে, যথাক্রমে
अर्थ : ক্রমান্বয়ে অহা বা হোৱা
उदाहरण :
ক্রমাগত হাৰত সেনাৰ মনোবল ভাঙি গৈছে
पर्यायवाची : অনুক্রমিক, আনুপূর্বিক, ক্রমাগত, ক্রমানুযায়ী, ক্রমিক