सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : এবাৰ চকু মুদিবলে যিমান সময় লাগে সিমান পৰিমাণৰ সময়
उदाहरण : পলকৰ বাবে আৰাম কৰি আগ বঢ়া যাৱক
पर्यायवाची : নিমেষ, পলক
अर्थ : একেবাৰে কম সময়
उदाहरण : স্বামী বিবেকানন্দ কম সময়তে প্রখ্যাত হৈ পৰিছিল
पर्यायवाची : অলপ সময়, কম সময়, খন্তেক
अर्थ : যিটো হিচাপতকৈ কম
उदाहरण : নিজৰ পৰিশ্রমৰ বলত ্তেওঁ কম সময়ৰ ভিতৰতে বহুতো উন্নতি কৰিলে
पर्यायवाची : অপ্রচুৰ, অপ্রতুল, অলপ, অল্প, আংশিক, কম, কিছু, ন্যূন, লেশ
इंस्टॉल करें