सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি
उदाहरण : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস
पर्यायवाची : এনার্জি, তেজ, শক্তি
अर्थ : কিবা ধাৰণ কৰাৰ যোগ্যতা বা শক্তি
उदाहरण : এই চিনেমা গৃহটোৰ ধাৰণ ক্ষমতা পাঁচশ
पर्यायवाची : ধাৰণ ক্ষমতা
अर्थ : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়
उदाहरण : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়
पर्यायवाची : উপযুক্ততা, যোগ্যতা, সামর্থ্য
अर्थ : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব
उदाहरण : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল
पर्यायवाची : শক্তি, সামর্থ্য
इंस्टॉल करें