सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : জলবায়ু আদিৰ প্রভাৱৰ কাৰণে হোৱা পৰি্ৱর্তন ্যাৰফলত বস্তু-বাহানি আদি বেয়া হৈ যায়
उदाहरण : সময়ৰ লগে লগে ঐতিহাসিক প্রাসাদবোৰৰ অৱক্ষয় হোৱা পৰিলক্ষিত হৈছে
पर्यायवाची : অৱক্ষয়
अर्थ : উপকাৰৰ বিপৰীত কাম বা অনুচিত বা বেয়া কাম
उदाहरण : কাৰো অপকাৰ নকৰিবা
पर्यायवाची : অনিষ্ট, অপকাৰ, ক্ষতি, বৰবাদ, হানি
अर्थ : লাহে-লাহে কমি যোৱা বা নষ্ট হৈ যোৱা কার্য
उदाहरण : বৃদ্ধাৱস্থাত স্মৰণ শক্তি হ্রাস পাবলৈ ধৰে
पर्यायवाची : অপচয়, হ্রাস
अर्थ : কোনো বস্তুৰ অস্তিত্বৰ সমাপ্তি
उदाहरण : বিনাশৰ সময়ত বুদ্ধি লোপ পায়
पर्यायवाची : উচ্ছেদ, নিপাত, বিলোপ, লোপ
इंस्टॉल करें