पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से কৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

কৰা   বিশেষ্য

अर्थ : কোনো কাম কৰা কার্য ্বা ভাৱ

उदाहरण : ইংৰাজসকল ইয়াত বেপাৰ কৰাত সফল হʼল

पर्यायवाची : কাম কৰা

কৰা   ক্ৰিয়া

अर्थ : খেল আদিত কোনো পইণ্ট বা লক্ষ্য প্রাপ্ত কৰা

उदाहरण : আমি দুগোল দিলোঁ

पर्यायवाची : দিয়া, বনোৱা

अर्थ : চৰিতার্থ ্কৰা

उदाहरण : তেওঁৰ ্ৰামৰ অভিনয় বৰ ভালদৰে কৰিলে

पर्यायवाची : পালন কৰা

अर्थ : কাৰোবাৰ প্রগতিৰ স্তৰ নিৰূপণ কৰা কার্য

उदाहरण : শ্যামে নতুন শ্রেণীত কেনেকুৱা কৰিছে

अर्थ : কোনো কাম আদিত ভালদৰে নিমগ্ন হোৱা

उदाहरण : তুমি নিজৰ কাম কৰা, সফলতা নিশ্চয় এদিন আহিব

पर्यायवाची : লাগি থকা

अर्थ : (ত) লগোৱা বা কৰা

उदाहरण : চেষ্টা কৰা সন্ধান কৰা প্রেম কৰিবা, যুদ্ধ নহয়

अर्थ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা

उदाहरण : এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা

पर्यायवाची : ঠিক কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা

अर्थ : * গুণ বা লক্ষণেৰে যুক্ত কৰা অথবা কাৰোবাক নিশ্চিত গুণ দিয়া

उदाहरण : মোক মূর্খ ্ সজাব নালাগে এই কথাটোকে ডাঙৰ কৰিব নালাগে

पर्यायवाची : বনোৱা, সজোৱা

चौपाल