अर्थ : বহুত বেছি পৰিশ্রম কৰা
उदाहरण :
বনুৱাই দিনৰ দিনটো খাটে আৰু তেতিয়াহে দিনটোৰ দুসাজ ৰুটি যোগাৰ কৰিব পাৰে
अर्थ : কাৰোবাৰ দ্বাৰা বহুত কাম কৰোৱা
उदाहरण :
উর্মিলাই নিজৰ সতিনীৰ জীয়েকক দিনে ৰাতিয়ে ঘৰৰ কামত খটায়
पर्यायवाची : কামত লগোৱা