अर्थ : কোনো কবিতা বা গীতৰ কোনো চৰণ বা পদ
उदाहरण :
সীতাই স্বৰচিত কবিতাৰ এটা খণ্ড শুনালে
अर्थ : যিকোনো বস্তুৰ গোটা টুকুৰা
उदाहरण :
এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত
पर्यायवाची : টুকুৰা