सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাৰোবালৈ খবৰ-বাতৰি জনাই লিখা বা বিৱৰণ আদি লিখা কাগজ
उदाहरण : বন্দনাই নিজৰ প্রবাসী ভায়েকলৈ নিয়মীয়াকৈ চিঠি লিখে মন্ত্রীয়ে ৰাজদৰবাৰত দূতে অনা পত্র পঢ়িবলৈ ধৰিলে
पर्यायवाची : চিঠি, চিঠি-পত্র, পত্র, পত্রিকা
अर्थ : কাণৰ কাষলৈকে পৰা মূৰৰ চুলি
उदाहरण : নাপিতে তোমাৰ খতটো ভালদৰে নাকাটিলে
पर्यायवाची : জুলফি
इंस्टॉल करें