सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বহুত খাব পৰা ব্যক্তি
उदाहरण : ৰামানন্দ বৰ খাইকহ, সি এবাৰত বহুত ভাত খাব পাৰে
पर्यायवाची : জীয়াভূত, পেটুৱা, ৰাক্ষহ
अर्थ : অত্যধিক খাওঁ্তা
उदाहरण : খাৱৰীয়া মানুহে এবাৰতে এক কিলো চাউলৰ ভাত খাব পাৰে
पर्यायवाची : অতিভোজী, খঁকুৱা, খকুৱা, খাৱৈচ, খাৱৰীয়া, দাঁহুৰা, দাহুৰা, পেটুক
इंस्टॉल करें