पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से খাৰিজ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

খাৰিজ   বিশেষণ

अर्थ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই

उदाहरण : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে

पर्यायवाची : অননুমোদিত, অস্বীকৃত, নামঞ্জুৰ, প্রত্যাখ্যাত

अर्थ : যিটো ৰদ বা নাকচ কৰি দিয়া হৈছে

उदाहरण : সম্পত্তি ৰখা সম্বন্ধীয় এটা প্রস্তাৱক লোকসভাত নাকচ কৰি দিয়া হৈছে

पर्यायवाची : নাকচ, ৰদ

अर्थ : এৰা বা ত্যাগ কৰা বা পৃথক কৰা

उदाहरण : সমাজৰ পৰা বহিষ্কৃত কৰা মানুহৰ ঘৰৰ লগত কোনো লোকে সম্পর্ক ্বজাই ৰাখিব নিবিচাৰে

पर्यायवाची : বহিষ্কৃত

अर्थ : বাহিৰ কৰা বা উলিয়াই পঠিওৱা

उदाहरण : প্রতিযোগিতাৰ পৰা বহিষ্কৃত খেলুৱৈসকলে কৈফিয়ৎ দিয়াৰ কাৰণে আৰু এবাৰ সুযোগ প্রদান কৰা হʼব

पर्यायवाची : বহিষ্কৃত

चौपाल