अर्थ : কোনো বস্তু আদিক আটক কৰিবলৈ লগোৱা সৰু খাৰু বিশেষ
उदाहरण :
তেওঁ ্ দুৱাৰৰ শিকলিডাল খাৰুত লগাই তলা মাৰি দিলে
पर्यायवाची : খাৰু
अर्थ : ক্ষাৰৰ বা ক্ষাৰ সম্বন্ধীয়
उदाहरण :
খাৰুৱা বস্তুত খাৰ বা ক্ষাৰৰ গুণ পোৱা যায়
पर्यायवाची : ক্ষাৰধর্মী, ক্ষাৰীয়