सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাকো উপেক্ষিত নকৰা ভাব
उदाहरण : তেওঁ ্ডাঙৰৰ কথাত ধ্যান নিদি নিজৰ ইচ্ছামতে কাম কৰে
पर्यायवाची : ধ্যান, মনোযোগ
अर्थ : স্মৰণশক্তিৰ দ্বাৰা একত্র বা লাভ হোৱা জ্ঞান
उदाहरण : সৰুকালৰ স্মৃতি অহাৰ লগে মন আনন্দত ভৰি পৰে
पर्यायवाची : স্মৃতি, স্মৰণ
अर्थ : অনুভব আৰু স্মৃতিৰে মনত জন্মা কোনো ভাব
उदाहरण : নিজৰ ভাব অনুসৰি মানুহে আচৰণ কৰে
पर्यायवाची : খেয়াল, ভাব, ভাবনা, মনোভাব
अर्थ : অানৰ উন্নতি বা ভাল হোৱা দেখি পোৱা মানসিক কষ্ট
उदाहरण : মোৰ উন্নতি দেখি ্ তেওঁ ঈর্ষাত জ্বলি মৰিছে
पर्यायवाची : অন্তর্দাহ, অসূয়া, ঈর্ষা, খিয়লা-খিয়লি, পৰশ্রীকাতৰতা, বিদ্বেষ, বুকুৰ পোৰণি, মাৎসর্য্য, হিংসা
अर्थ : মনত উদয় হোৱা কথা
उदाहरण : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত
पर्यायवाची : খেয়াল, বিচাৰ, মত
इंस्टॉल करें