अर्थ : শিং থকা চাৰিঠেঙীয়া জন্তুৰ ভৰিৰ একেবাৰে তলত থকা টান ফটা অংশ
उदाहरण :
খেতিপথাৰৰ ঠায়ে-ঠায়ে গৰুৰ খুড়াৰ চিন আছে
पर्यायवाची : খুড়া
अर्थ : পালেং, চকী আদিৰ তলত থকা সৰু স্তম্ভসদৃশ অংশ যাৰ সহায়ত তাৰ বাকী অংশ থিয় হৈ থাকে
उदाहरण :
এই পালেঙখনৰ এটা খুৰা ভাঙি থাকিল
पर्यायवाची : খুটা
अर्थ : ঘোঁৰাৰ ভৰিৰ তলৰ অংশ
उदाहरण :
ঘোঁৰাৰ খুৰাৰ তললৈ অহা ছাগলী পোৱালীটোৱে গচক খালে