पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से খেজুৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

খেজুৰ   বিশেষ্য

अर्थ : একপ্রকাৰৰ খোৱা ফল

उदाहरण : তেওঁ খেজুৰ খাই আছে

पर्यायवाची : খাজুৰ

अर्थ : তাল গছৰ দৰে এবিধ গছ, যাৰ ফল খোৱা হয়

उदाहरण : খেজুৰ গছ ওখ আৰু ডালবিহীন

पर्यायवाची : খাজুৰ, খাজুৰ গছ, খাজুৰি, খাজুৰি গছ, খেজুৰ গছ, খেজুৰি, খেজুৰি গছ

अर्थ : খেজুৰ গছৰ বীজ যাক ফল-মূল হিচাপে ধৰা হয়

उदाहरण : কান্দি থকা শিশুটোক খুৰাই খেজুৰ খাবলৈ দিলে

पर्यायवाची : খাজুৰ

चौपाल