अर्थ : ভয় খুৱাই বা চক খুৱাই ইফালে-সিফালে ভগোৱা কার্য
उदाहरण :
লʼৰা-ছোৱালীবোৰে জন্তুবোৰক চিঞৰি-বাখৰি খেদিলে
पर्यायवाची : উচাপ খুওৱা
अर्थ : কোনোৱে কʼৰবাৰ পৰা আঁতৰি যাবলৈ বাধ্য হোৱাকৈ কৰা কাম
उदाहरण :
ভাৰতীয় বীৰসকলে শত্রুক খেদি পঠালে
पर्यायवाची : খেদি পঠোৱা