अर्थ : কেৱল মন আহ্লাদিত কৰিবৰ কাৰণে কৰা কাম
उदाहरण :
লʼৰা-ছোৱালীবোৰে পানীত খেলি আছে
पर्यायवाची : আমোদ-প্রমোদ, ক্রীড়া
अर्थ : মনত আনন্দ লগাবলৈ বা ব্যায়াম আদিৰ কাৰণে কুচ-কাৱাজ, দৌৰা-ঢপৰা আদি বিভিন্ন মনোৰঞ্জক কার্য
उदाहरण :
খেলত জয়-পৰাজয় থাকেই
पर्यायवाची : ক্রীড়া, খেল-ধেমালি
अर्थ : খেলৰ প্রদর্শন
उदाहरण :
চার্কাচৰ বাহিৰৰ জাননী ফলকত খেলৰ সলনি হোৱা সময়সূচী মাৰি থোৱা আছিল
पर्यायवाची : খেলা
अर्थ : নি্র্লজ্জ ্কাম, ব্যৱহাৰ বা উল্টা-পুল্টা আচৰণ
उदाहरण :
তেওঁ মদ ্খায়েই তামাচা আৰম্ভ কৰি দিয়েমদ খায় আপুনি ইয়াত তামাচা নকৰিব
पर्यायवाची : তামাচা