अर्थ : ক্রমত নথকা অৱস্থা বা ভাব
उदाहरण :
বিশৃংখলাৰ কাৰণে পুথি্ভঁ্ৰালত মনে বিচৰা কিতাপ বিচাৰি পোৱা নাই
पर्यायवाची : আউল, আলি-মুলি, এঙনি-জেঙনি, খেচেং-মেচেং, খেনোমেনো, খেলমেল, খেলিমেলি, বিশৃংখলতা, বিশৃংখলা, বিশৃঙ্খলতা, বেবেৰিবাং, লʼবাং-লাখুটি, শৃংখলাহীনতা