सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ব্যৱহাৰ বা কামত অহা
उदाहरण : ৰাজগীৰে এই ঘৰটোত এশ বস্তা চিমেণ্ট লগালে
पर्यायवाची : লগোৱা
अर्थ : কোনো বস্তু মানুহৰ সন্মুখত ব্যৱহাৰ কৰিবৰ কাৰণে ৰখা বা আনক ব্যৱহাৰ কৰিবলৈ দিয়া
उदाहरण : মহাজন ধনীৰামে নিজৰ লʼৰাৰ জন্মদিনত বহুত ধন খৰচ কৰিলে
पर्यायवाची : ক্ষয় কৰা, নোহোৱা কৰা, শেষ কৰা
इंस्टॉल करें