अर्थ : আকাশক চুব পৰাৰ সমান ওখ
उदाहरण :
চহৰত গগনচুম্বী ভৱন দেখিবলৈ পোৱা যায়
पर्यायवाची : উত্তুংগ, গগনচুম্বী, ্গগনস্পর্শী
अर्थ : গগন বা আকাশক ভেদ কৰোতা বা বহুত তীব্র
उदाहरण :
পোন্ধৰ আগষ্টৰ দিনাখন গগনভেদী শ্লোগানেৰে আকাশ মুখৰিত হৈ আছিল
पर्यायवाची : আকাশভেদী