सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : শত্রুৰ পৰা ৰক্ষা পাবৰ কাৰণে চাৰিওপিনৰ পৰা দেৱালেৰে আগুৰা আৰু সুদৃঢ়ভাৱে সজা ভৱন
उदाहरण : মোগল যুগৰ দুর্গবোৰ স্থাপত্য কলাৰ ভাল নিদ্্র্শন
पर्यायवाची : কিলা, কিল্লা, কোঠ, দুর্গ
अर्थ : একতকৈ অধিক ৰাশি যোগ কৰি সেই সংখ্যাৰে ভাগ কৰিলে লাভ কৰা ৰাশি
उदाहरण : দুই আৰু চাৰিৰ মধ্যমান ৰাশি তিনি
पर्यायवाची : মধ্যমান
अर्थ : সুৰক্ষাৰ কাৰণে চাৰিওফালে সাজি লোৱা দেৱাল
उदाहरण : সৈনিকে গড় ভাঙি কিল্লাটোত সোমাই পৰিল
पर्यायवाची : কোঠ, প্রাচীৰ
इंस्टॉल करें