अर्थ : বিষয়ববীয়াৰ হাতত শাসন ব্যৱস্থা ন্যস্ত থকা প্রণালী যʼত নীতি আদি নি্র্ধাৰণ কৰাৰ ক্ষেত্রত সকলোৰে সম-অধিকাৰ থাকে
उदाहरण :
ভাৰতবর্ষ বিশ্বৰ সকলোতকৈ ডাঙৰ গণতান্ত্রিক দেশ
पर्यायवाची : প্রজাতন্ত্র
अर्थ : গণতন্ত্র সম্বন্ধীয় বা গণতন্ত্রৰ
उदाहरण :
ভাৰত এখন গণতান্ত্রিক ৰাষ্ট্র
पर्यायवाची : প্রজাতান্ত্রিক, লোকতান্ত্রিক
अर्थ : যিটো গণতন্ত্রৰ সিদ্ধান্ত অনুসৰি হয়
उदाहरण :
গণতান্ত্রিক শাসন-ব্যৱস্থাত প্রজা সন্তুষ্ট
पर्यायवाची : প্রজাতান্ত্রিক, লোকতান্ত্রিক