सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
उदाहरण : পাহাৰ-পর্বত স্থিৰ
पर्यायवाची : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
अर्थ : যি চলা-ফুৰা কৰিব নোৱাৰে
उदाहरण : গছবোৰ সজীৱ সত্ত্বেও অচল
पर्यायवाची : অচল, অচৰ, অলৰ-অচৰ, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল, স্থিৰ
अर्थ : যাৰ গতি নাই, কিন্তু গতি দিব পৰা যায়
उदाहरण : গতিহীন গাড়ীখন হঠাৎ চলিবলৈ ধৰিলে
पर्यायवाची : অগতি, গতিশূন্য, স্থিৰ
अर्थ : ৰৈ থকা
उदाहरण : বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ কৰা হৈছে
पर्यायवाची : বন্ধ
इंस्टॉल करें