अर्थ : হর্ষ, প্রেম আদি আবেগত ৰুদ্ধ হোৱা অস্পষ্ট স্বৰ
उदाहरण :
মাকে গদগদ স্বৰেৰে পুতেকক আশী্র্বাদ দিলে
पर्यायवाची : গদগদ্
अर्थ : হাঁহি প্রেম আদিৰ আৱেশেৰে পূর্ণ
उदाहरण :
ভিক্ষাৰীজনে অনাকাংক্ষিত ধন পাই গদগদ হʼল
अर्थ : অত্যধিক প্রসন্ন
उदाहरण :
নিজৰ হেৰোৱা লʼৰাটোক বিচাৰি পাই মাক গদগদ হৈ পৰিল