अर्थ : কোট, কামিজ আদিৰ ডিঙি অংশৰ চাৰিওফালে থকা পটী
उदाहरण :
তেওঁ ্ কলাৰ থিয় কৰি গৈ আছে
पर्यायवाची : কলাৰ
अर्थ : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ
उदाहरण :
সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল
पर्यायवाची : কণ্ঠ
अर्थ : গলি থকা এক অৱস্থা
उदाहरण :
বৰফ গলাৰ কাৰণেই গংগা, ব্রহ্মপুত্র আদি নদী কেতিয়াও নুশুকায়
अर्थ : গৰমত কোনো গোটা বস্তু জুলীয়া হৈ যোৱা
उदाहरण :
বৰফ বেছি সময় বাহিৰত থʼলে গলি যায়
पर्यायवाची : গলি যোৱা