अर्थ : বস্তিৰ ঠেক ৰাস্তা বা দুয়োফালে ঘৰ আদি থকা ৰাস্তা
उदाहरण :
বাৰানসী গলিৰে ভৰা চহৰ
पर्यायवाची : লুংলুঙীয়া বাট, সুৰুকীয়া বাট
अर्थ : গলিৰ নিচিনা সৰু ঠেক ৰাস্তা
उदाहरण :
আমি ৰাজমহলত এটা গলিয়েদি প্রৱেশ কৰিলোঁ
पर्यायवाची : অলি-গলি, গলি ৰাস্তা, সৰফলা