पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से গাইড शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

গাইড   বিশেষ্য

अर्थ : পৰীক্ষাৰ দৃষ্টিভঙ্গীৰে প্রস্তুত কৰা এক ধৰণৰ সহায়িকা কিতাপ যি অন্য কোনা পাঠ্যপুথিৰ কিতাপত দিয়া পঠন সামগ্রী, প্রশ্ন আদিৰ ব্যাখ্যা দাঙি ধৰে

उदाहरण : আজিকালি বেছিভাগ ছাত্র-ছাত্রীয়ে কেৱল সহায়িকা পঢ়ি পৰীক্ষা দিবলৈ বিচাৰে

पर्यायवाची : সহায়িকা

अर्थ : কোন পর্যটনস্থলীত সেই স্থলীৰ সৈতে জড়িত তথ্যৰ সম্ভেদ দিওতা ব্যক্তি

उदाहरण : গাইডে পর্যটন স্থলীৰ বিষয়ে বহুতো মূল্যৱান কথা কৈছিল

पर्यायवाची : টুৰিষ্ট গাইড

अर्थ : আনুষ্ঠানিকভাৱে স্বীকৃত উচ্চ শিক্ষাৰ (গৱেষণা কার্য)-ৰ দিকনির্দেশ ্কৰাৰ বাবে নিযুক্ত ব্যক্তি

उदाहरण : অধ্যাপক পুষ্পকদেৱ ভালেসংখ্যক গৱেষক ছাত্রৰ গাইড

चौपाल