पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से গাঢ় शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

গাঢ়   ক্ৰিয়া

अर्थ : গাঢ় কৰা

उदाहरण : গাখীৰখিনি আৰু অধিক ডাঠ কৰা

पर्यायवाची : ডাঠ কৰা

গাঢ়   বিশেষণ

अर्थ : যিটো গভীৰ ৰং যুক্ত

उदाहरण : নৌ-সেনাৰ পোছাকযোৰ গাঢ় নীলা ৰঙৰ

अर्थ : বহুত ভাল ধৰণৰ

उदाहरण : তেওঁ গভীৰ টোপনি মাৰি আছিল

पर्यायवाची : গভীৰ

अर्थ : বহুত ওচৰৰ বা বহুত কাষৰ

उदाहरण : ৰাম মোৰ ঘনিষ্ঠ বন্ধু ৰাম আৰু শ্যামৰ মাজত অন্তৰঙ্গ বন্ধুত্ব আছে

पर्यायवाची : অন্তৰংগ, অন্তৰঙ্গ, অন্যতম, আপোন, ঘনিষ্ঠ, নলে-গলে লগা, সনা-পিঠা, সহৃদয়

अर्थ : যি তৰল নহয় বা যʼত পানীৰ মাত্রা কম

उदाहरण : গাখীৰখিনি মথোতে মথোতে গাঢ় হৈ পৰিল

पर्यायवाची : গোটা

चौपाल