सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : গিলা কার্য
उदाहरण : সাপটোৱে এটা ভেকুলী গিলাৰ পিছত দ্বিতীয় ভেকুলীৰ ফালে বেগাই গʼল
अर्थ : মুখৰ সহায়ত খাদ্য আদি পেটলৈ লৈ যোৱা কার্য
उदाहरण : লʼৰাজনৰ ভাত খোৱা হʼল বেমাৰীজনে ঔষধটো গিলিলে
पर्यायवाची : আহাৰ কৰা, খোৱা, ভক্ষণ কৰা, ভোজন কৰা
अर्थ : মদ সেৱন কৰা
उदाहरण : উৎসৱৰ দিনাখনো তেওঁ ্খায়
पर्यायवाची : খোৱা, পান কৰা
अर्थ : খাদ্যনলীৰে কোনো বস্তু ডিঙিৰ তল অংশলৈ লৈ যোৱা
उदाहरण : সাপে ভেকুলীটো গিলি থʼলে
पर्यायवाची : গিলি থোৱা
इंस्टॉल करें