पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से গুচৰীয়া शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

গুচৰীয়া   বিশেষ্য

अर्थ : আদালতত কোনো গোচৰ উপস্থাপন কৰা ব্যক্তি

उदाहरण : ফৰিয়াদীয়ে নিজৰ পক্ষক সবল কৰিবলৈ ভালেমান প্রমাণ গোটাইছে

पर्यायवाची : অভিযোগকাৰী, ফৰিয়াদী

अर्थ : অভিযোগ লগোৱা কার্য

उदाहरण : তেওঁ বহুত ্ ভাবি-চিন্তি গুচৰীয়াৰ আঁচনি প্রস্তুত কৰিছে

पर्यायवाची : ফৰিয়াদী

গুচৰীয়া   বিশেষণ

अर्थ : যি গোচৰ দিয়ে বা ফৰিয়াদ কৰে

उदाहरण : দ্বাৰপালে ফৰিয়াদী ব্যক্তিজনক ৰজাৰ ওচৰলৈ যাবলৈ নিদিলে

पर्यायवाची : ফৰিয়াদী

चौपाल