अर्थ : গণিতত এটা সংখ্যাৰে আন এটা সংখ্যাৰ বৃদ্ধি কৰা কার্য
उदाहरण :
দুই আৰু দুই পূৰণ কৰিলে গুণফল চাৰি পোৱা যায়
पर्यायवाची : পূৰণ
अर्थ : ধনুত লগোৱা একপ্রকাৰৰ ৰচী যাৰ সহায়ত দূৰলৈ কাঁড় নিক্ষেপ কৰিব পাৰি
उदाहरण :
তেওঁ ধনুত গুণ লগাই আছে
पर्यायवाची : গুণা
अर्थ : কোনো বস্তুৰ মাজত পোৱা বিশেষ কথা বা তত্ত্ব যাৰ দ্বাৰা তেনে বস্তু অন্য বস্তুতকৈ পৃথক বুলি গণ্য কৰা হয়
उदाहरण :
সকলো বস্তুৰে কিছুমান লক্ষণ থাকে
पर्यायवाची : লক্ষণ