सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো পদার্থ আদিৰ ভগা বা পিচা সূক্ষ্ম টুকুৰা
उदाहरण : নিমগছৰ পাত শুকুৱাই তাৰ গুড়ি তৈয়াৰ কৰি ্ ঘাঁ আদিত লগোৱা হয়
पर्यायवाची : গুড়ি, চূর্ণ, ্ পাউদাৰ
अर्थ : কোনো বস্তু খান্দিলে বা কাটিলে ওলোৱা অৱশিষ্ট অংশ বা চূর্ণ
उदाहरण : কাঠৰ গুৰিবোৰ চৌকাত জুই লগোৱাৰ কামত আহে
अर्थ : কোনো বস্তু বা কামৰ প্রাথমিক স্তৰ
उदाहरण : আমি এই ঘটনাৰ উঁহ বিচাৰিব লাগিব
पर्यायवाची : উঁহ, বুনিয়াদ, ভেটি
इंस्टॉल करें