अर्थ : যি ব্যক্তি গৃহস্থাশ্রমত থাকে
उदाहरण :
গৃহস্থই গৃহস্থ ধর্ম ্পালন কৰিব লাগে
पर्यायवाची : গৃহস্থ আশ্রমী, গৃহস্থাশ্রমী
अर्थ : ঘৰৰ মূল মানুহ
उदाहरण :
গৃহস্থৰ ওপৰতে গোটেই পৰিয়ালৰ দায়িত্ব থাকে
पर्यायवाची : গৃহপতি, গৃহস্বামী, ঘৰৰ মালিক, পৰিয়ালৰ মুৰব্বী, মালিক