पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से গেছ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

গেছ   বিশেষ্য

अर्थ : ৰন্ধন প্রকৰণৰ কামত ব্যৱহাৰ কৰা গেছ

उदाहरण : চহৰত ৰন্ধন গেছৰ ব্যৱহাৰ অধিক পৰিমাণে কৰা হয়

पर्यायवाची : ৰন্ধন গেছ

अर्थ : পাচন তন্ত্রত বদহজমৰ বাবে উৎপন্ন হোৱা বায়ু

उदाहरण : পেটত অধিক অম্লতাৰ বাবে গেছ হয়

अर्थ : দ্রৱ্যৰ আকাৰহীন অৱস্থা যাৰ ঘনত্ব সকলোতকৈ কম হয়

उदाहरण : বায়ু গেছৰ মিশ্রণ

अर्थ : বাষ্পশীল আৰু জ্বলনশীল হাইড্রʼকার্বনৰ মিশ্রণ

उदाहरण : গেছ (খনিজ তেল..?) পৰিশোধন কৰি পেট্রʼল, ডিজেল আদি তৈয়াৰ কৰা হয়

चौपाल