सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বেৰ আদিত বিন্ধিবলৈ কাঠ, লোহা আদিৰে নির্মিত শকত পিন
उदाहरण : সীতাই কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
पर्यायवाची : খুঁটি, গজাল
अर्थ : কʼৰবাত বিন্ধিবলৈ বা পুতিবলৈ ব্যৱহাৰ কৰা লোহা বা কাঠৰ মিহি খুঁটি
उदाहरण : ৰামে কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
पर्यायवाची : গজাল
इंस्टॉल करें