सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : অভিযোগ, অপৰাধ, অধিকাৰ বা লেন-দেন আদিৰে সম্পর্কিত বিবাদ যাক আদালতৰ সন্মুখত কোনো এক পক্ষৰপিনৰ পৰা বিচাৰ কৰা হয়
उदाहरण : এই মোকর্দ্্মাটো আদালতৰ বিচাৰাধীন হৈ আছে
पर्यायवाची : কেছ, মকর্দ্্মা, মোকর্দ্্মা
अर्थ : কাৰোবাৰ ওপৰত অপৰাধৰ অভিযোগ, দোষ বা আৰোপ লগোৱা কার্য
उदाहरण : তেওঁ নিজৰ অভিযোগ প্রমাণ কৰিব নোৱাৰিলে
पर्यायवाची : অভিযোগ, আৰোপ
इंस्टॉल करें