सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : মানৱ সমাজত বংশ-পৰম্পৰা অনুসৰি কৰা শ্রেণীবিভাগ:হিন্দু সমাজত একে জাতিৰ ভিতৰতে বিয়া হোৱা প্রথা আছে
उदाहरण :
पर्यायवाची : কুল, জাত, জাত-কুল, জাতি, বংশ, বর্ণ, সম্প্রদায়, ্ জাত-পাত
अर्थ : ভাৰতীয় ্আর্য সকলৰ ্কোনো পূর্বপুৰুষ বা কুল গুৰুৰ নামৰ ওপৰত আধাৰিত বংশ বা কুলৰ সেই বিশিষ্ট সংজ্ঞা যাৰ লগত জন্মৰ লগে লগে জৰিত হৈ পৰে
उदाहरण : কাশ্যপ ঋষিৰ নামৰ ওপৰত কাশ্যপ গোত্র আছে
इंस्टॉल करें